অতি সোনকালে ঘৰলৈ উভতিব অপহৃত কুইপ’ৰ বিষয়া প্ৰণৱ গগৈ আৰু ৰাম কুমাৰ…

69

দুই-এদিনতে স্বগৃহত উপস্থিত হ’ব অপহৃত প্ৰণৱ গগৈ আৰু ৰাম কুমাৰ ৷ প্ৰণৱ গগৈৰ বাসগৃহত উপস্থিত হৈ এই বাৰ্তা আলফা -কুইপ’ৰ মধ্যস্থতাকাৰী কৌশিক ফুকনৰ ৷আলফাই মুক্তিপণ বিচৰাতো অপপ্ৰচাৰ । কোনো মুক্তিপনৰ বিনিময়ত হোৱা নাই বিষয়াদ্বয়ৰ মুক্তি । কুইপ’কে ধৰি তৈল প্ৰতিষ্ঠানত অসমীয়া যুৱকৰ কৰ্মসংস্থাপনৰ বিষয়তহে হৈছিল আলোচনা ৷ প্ৰণৱ গগৈৰ বাসগৃহত আনন্দৰ বন্যা ৷ কৌশিক ফুকন আৰু আলফা সেনাধ্যক্ষক কৃতজ্ঞতা প্ৰণৱ গগৈৰ পত্নী, মাতৃ আৰু কন্যাৰ ৷