Skip to content
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে লখিমপুৰৰ নাওবৈছাত অগ্নিপথ আঁচনিৰ বাতিলৰ দাবীত আজি কংগ্ৰছৰ প্ৰতিবাদ।
কৰুণাবাৰী আৰু নাওবৈছা ব্লক কংগ্ৰেছ কমিটিৰ ওদ্যোগত লালুকত অগ্নিপথ আঁচনিৰ বাতিলৰ দাবীত এই শান্তিপূৰ্ণ সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে।
লালুকত লালুক বাছ আস্থানত এই কাৰ্যসূচী পালন কৰে কংগ্ৰেছে।
Like this:
Like Loading...