মহানগৰীত খোল খাব সুৰাৰ বিপণী…

111

● গুৱাহাটী মহানগৰীত শুকুৰবাৰৰ পৰা খুলিব পাৰিব সকলোবোৰ সুৰাৰ বিপনী।

●পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈকে খুলিব পাৰিব সুৰাৰ বিপনী।

●অৱশ্যে সুৰাৰ বিপনীসমূহে মানি চলিব লাগিব সামাজিক দুৰত্ব আৰু চৰকাৰী নীতি-নিৰ্দেশনা।

●আৱকাৰী বিভাগৰ সৈতে হোৱা আলোচনা মৰ্মে কামৰূপ মহানগৰ জিলা প্ৰশাসনে এই কথা ঘোষণা কৰে।