পূৱ লামডিং মূড়াবস্তিৰ ৫ নং ৱাৰ্ডত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীটো ৷ গছৰ পৰা কঁঠাল খাবলৈ লওতেই বিদ্যুৎস্পৃষ্ট হয় বনৰীয়া হাতীটো ৷ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হাতীটো ৷
ঘটনাৰ পাছতে স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ প্ৰতি অভিযোগ তুলিছে ৷
খবৰ দিয়াৰ পিছতো বিদ্যুৎ বিভাগে পলমকৈ বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ ৷
