শীঘ্ৰেই ৰাজ্যত মুকলি হ’ব তিনিখনকৈ নতুন টোলগেট । ৫ ৰ পৰা ১৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাব টোল মাচুল ।ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা তথা ইয়াক যাতায়াতৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়া কেন্দ্ৰীয় চৰকাৰে অসমত পুনৰ তিনিখনকৈ টোলগেট মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীস্থ আঞ্চলিক কাৰ্যালয়ৰ এগৰাকী কাৰ্যবাহী বিষয়াই সদৰী কৰা অনুসৰি ৰাজ্যখনত স্থাপন কৰিবলগীয়া প্ৰস্তাৱিত টোলগেটসমূহ মুকলি কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে ।ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা তথা ইয়াক যাতায়াতৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়া কেন্দ্ৰীয় চৰকাৰে অসমত পুনৰ তিনিখনকৈ টোলগেট মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীস্থ আঞ্চলিক কাৰ্যালয়ৰ এগৰাকী কাৰ্যবাহী বিষয়াই সদৰী কৰা অনুসৰি ৰাজ্যখনত স্থাপন কৰিবলগীয়া প্ৰস্তাৱিত টোলগেটসমূহ মুকলি কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে ।
