কাইলৈৰ পৰা আৰম্ভ হল মেট্রিক পৰীক্ষা। আজি পুৱা ৯ বজাৰ লগে লগে আৰম্ভ হয় পৰীক্ষা ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব। ৰাজ্যৰ মুঠ ১০৪৬ টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪, ৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। ইয়াৰ ভিতৰত ১, ৯০,২৪৩ ছাত্ৰ আৰু ২,৪৮,৩২২ ছাত্ৰী অৱতীৰ্ণ হব।
