প্ৰতি বছৰে চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বৃদ্ধি পাইছে চাহ বিক্ৰী হাৰ । সেই অনুপাতে যোৱা ২০২৪-২৫ বৰ্ষত কেন্দ্ৰটোৰ জৰিয়তে ১৬৯.১৩ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী কৰা হৈছে । ২০২৩-২৪ বৰ্ষত এই পৰিমাণ আছিল ১৬৬.৩৪ নিযুত কিলোগ্ৰাম ।পুনৰ চাহ বিক্ৰী কৰি অভিলেখ গঢ়িলে গুৱাহাটী চাহ নিলাম কেন্দ্ৰই ।
