টাটা টি গোল্ডৰ সমৃদ্ধ সোৱাদ আৰু আকৰ্ষণীয় সুগন্ধৰ নিখুঁত ভাৰসাম্যৰে প্ৰস্তুত চাহ উপভোগ কৰক

13

অসমৰ সমভূমিয়ে পাহাৰীয়া যি স্থানত মিলিত হৈছে, সেই স্থানতে জন্ম হয় টাটা টি গোল্ডৰ – এয়া এক উৎকৃষ্ট মিশ্ৰণ, যি অসমৰ সুবাস নিহিত হৈ থকা উপত্যকা-উৎপাদিত চাহৰ সমৃদ্ধ পূৰ্ণতাৰ সৈতে উচ্চভূমিৰ পৰা বিশেষভাৱে নিৰ্বাচিত এটি কলি দুটি পাতৰ অপৰিসীম সুগন্ধক একত্ৰিত কৰে।

টাটা টিৰ দক্ষ বনুৱাসকলৰ নিপুণ হাতেৰে তৈয়াৰ কৰা এই চাহ বিচক্ষণ চাহ প্ৰেমীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। টাটা টি গোল্ডৰ সৈতে সমৃদ্ধ সোৱাদ আৰু আকৰ্ষণীয় সুগন্ধৰ নিখুঁত ভাৰসাম্য উপভোগ কৰক-প্ৰশান্তিৰে পুৱা দিনটো আৰম্ভ কৰাৰ আপোনাৰ সঠিক সোপান। 

কামৰ সময়তে হওক বা ৰাতিৰ ভাগতে হওক, একাপ চাহ খালে আপোনাৰ মনক প্ৰয়োজনীয় উৎসাহ প্ৰদান কৰে। টাটা টি গোল্ডৰ ৫০০ গ্ৰাম চাহপাত এতিয়া উপলব্ধ ৩০০ টকা মূল্যত।