টাটা মটৰ্ছৰ ২০২২ৰ আগষ্টত মুঠ ৭৮,৮৪৩ গাড়ী বিক্ৰী পঞ্জীয়ন

362

২০২২ বৰ্ষৰ আগষ্টত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত টাটা মটৰ্ছ লিমিটেডৰ বাহন বিক্ৰীৰ সংখ্যা আছিল ৭৮,৮৪৩ খন। যি ২০২১ৰ আগষ্টত ইয়াৰ সংখ্যা আছিল ৫৭,৯৯৫ খন । ২০২২ৰ আগষ্টত টাটা মটৰ্ছৰ মুঠ ঘৰুৱা বিক্ৰীৰ প্রদর্শন আছিল ৭৬,৪৭৯ খন বাহন ( ২০২১ৰ আগষ্টত আছিল ৫৪,১৯০ খন বাহন)। ২০২২ৰ আগষ্টত বাণিজ্যিক বাহনৰ মুঠ ঘৰুৱা বিক্ৰী আছিল ৩১,৪৯২ খন বাহন ( ২০২১ৰ আগষ্টত ২৯,৭৮১)। ২০২২ৰআগষ্টত এম.এইচ.এণ্ড.আই.চি.ভি (MH&ICV)-ৰ ঘৰুৱা বিক্ৰী, ট্ৰাক আৰু বাছকে ধৰি, ১২,০৬৯ খন বাহন।

২০২১ৰ আগষ্টত ইয়াৰ সংখ্যা আছিল ৮,৯৬২খন বাহন। ২০২২ৰ আগষ্টত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী হোৱা বাহনৰ সংখ্যা হৈছে ৭৮,৮৪৩ খন, যি ২০২১ আগষ্টত ইয়াৰ সংখ্যা আছিল ৫৭,৯৯৫ খন বাহন। ২০২২ৰ আগষ্টত টাটা মটৰ্ছৰ মুঠ ঘৰুৱা বিক্ৰী প্ৰদৰ্শন আছিল ৭৬,৪৭৯ খন বাহন (আগষ্ট ২০২১-ত ৫৪,১৯০ খন বাহন)।

২০২২ৰ আগষ্টত বাণিজ্যিক বাহনৰ মুঠ ঘৰুৱা বিক্ৰী আছিল  ৩১,৪৯২ খন বাহন (আগষ্ট ২০২১ত ২৯,৭৮১)। আগষ্ট ২০২২-ত এম.এইচ.এণ্ড.আই.চি.ভি.-ৰ ঘৰুৱা বিক্ৰী, ট্ৰাক আৰু বাছকে ধৰি, ১২,০৬৯ একক বাহন আছিল, যি ২০২১ ৰ আগষ্টত আছিল ৮,৯৬২খন বাহন।