২০২৪ৰ ১ জানুৱাৰীৰ পৰা নিজৰ বাহনসমূহত ৩% মূল্য বৃদ্ধি ঘোষণা টাটা মটৰ্ছৰ

708

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা ৩% মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে। এই দৰ বৃদ্ধিৰ জৰিয়তে পূৰ্বৰ ইনপুট খৰচৰ অৱশিষ্ট প্ৰভাৱ পূৰণ কৰা হ’ব আৰু এই মূল্যবৃদ্ধি বাণিজ্যিক বাহনৰ সকলো ৰেঞ্জ(পৰিসৰ)তে প্ৰযোজ্য হ’ব।