T-20বিশ্বকাপৰ ফাইনেলত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ যুঁজ ।
অপেক্ষা মাত্ৰ কেইটামান ঘন্টাৰ।
১৩ বছৰৰ মূৰত বিশ্বকাপ দখলৰ অপেক্ষাত সমগ্ৰ দেশবাসী ।
ফাইনেলৰ বাবে টীম ইণ্ডিয়াক আপুনিও জনাওক শুভেচ্ছা ।