চুডানত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা।

উল্লেখযোগ্য যে চুডানত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত মৃত্যুৰ লোকৰ সংখ্যা ৪৬লৈ বৃদ্ধি পাইছে।

দিনৰ ভাগত সংঘটিত হোৱা এই সামৰিক বিমানখনত থকা ১০গৰাকী লোক আহত হোৱাৰ খবৰ সদৰি কৰিছে শেহতীয়াকৈ।

এই দুৰ্ঘটনাত সামৰিক জোৱানৰ লগতে সাধাৰণ নাগৰিকৰো মৃত্যু হৈছে।