৫ দিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। মেৰামতিৰ বাবে সাময়িকভাৱে বন্ধ থাকিব শৰাইঘাট দলং। ৰে’ল বিভাগে দলংখন বন্ধ ৰখাৰ বাবে জিলা প্রশাসনৰ পৰা বিচাৰিছে অনুমতি ।এই সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে যাতায়াত কৰিব পাৰিব ৰাইজে