ব্ৰাভিয়া এক্সআৰ অ’এলইডি এ৮০কে শৃংখলা মুকলিৰ ঘোষণা চনীৰ

360

চনী ইণ্ডিয়াই কগনিটিভ প্ৰচেছৰ এক্সআৰ-ৰ দ্বাৰা চালিত নতুন ব্ৰাভিয়া এক্সআৰ অ’এলইডি এ৮০কে (BRAVIA XR OLED A80K) শৃংখলা মুকলিৰ ঘোষণা কৰিছে। নতুনকৈ মুকলি কৰা অ’এলইডি টিভি শৃংখলাটোৱে কগনিটিভ প্ৰচেছৰ এক্সআৰ প্ৰযুক্তিৰ সৈতে দৃষ্টি শক্তি আৰু শব্দক নেক্সত লেভেল লৈ যায়, যি চাউণ্ড-ফ্ৰম-পিকচাৰ ৰিয়েলিটিৰ সৈতে অবিশ্বাস্য শব্দও প্ৰদান কৰে।ইয়াত এক্সআৰ অ’এলইডি কণ্ট্ৰাষ্ট প্ৰ’ আছে, যি অসাধাৰণ ৰিয়েলষ্টিক ছবি চোৱাৰ আনন্দ দিয়ে। এক্সআৰ ট্ৰাইলুমিনোছ প্ৰ’য়ে প্ৰাকৃতিকভাৱে ধুনীয়া ৰঙৰ সৈতে ৩ডি ৰঙৰ ছবি চোৱাৰ আনন্দ দিয়ে।

অ’এলইডি এক্সআৰ মোচন ক্লেৰিটি প্ৰযুক্তিৰ সৈতে শৃংখলাটোৱে ক্ৰমাগত ফ্ৰেমত মুখ্য ভিজুৱেল উপাদানবোৰ চিনাক্ত আৰু ক্ৰছ বিশ্লেষণ কৰি অস্পষ্টতাৰ সৈতে যুঁজ দিয়ে। শৃংখলাটো এইচডিএমআই ২.১ (HDMI 2.1) সামঞ্জস্যৰ সৈতে একত্ৰিত কৰা হৈছে, যাৰ ভিতৰত আছে ৪কে ১২০এফপিএছ (120fps), ভেৰিয়েবল ৰিফ্ৰেছ ৰেট, অটো ল’ লেটেন্সি মোড, অটো এইচডিআৰ টোন আৰু অটো গেম মোড। ই ব্ৰাভিয়া এক্সআৰ টিভিত সৰ্বোচ্চ মানদণ্ডৰ পিউৰ ষ্ট্ৰীম™ ৮০এমবিপিএছৰ সৈতে পুৰস্কাৰ বিজয়ী ব্ৰাভিয়া কোৰ আৰু আইমেক্স বৰ্ধিত চলচ্চিত্ৰ প্ৰৱৰ্তন কৰিছে। ই ব্ৰাভিয়া চিএএমৰ সৈতে উপলব্ধ, যাৰ ভিতৰত আছে জেশ্চাৰ কোনট্ৰল, প্ৰক্সিমিটি এলাৰ্ট, পাৱাৰ চেভিং, অপ্টিমাইজেচন, ভিডিঅ’ চেট আৰু বহুতো।

ইয়াত ডলবি ভিজন আৰু ডলবি এটমছ আৰু নেটফ্লিক্স এডাপ্টিভ কেলিব্ৰেটেড মোড, এক্সআৰ ৪কে আপস্কেলিং প্ৰযুক্তি, লাইট চেন্সৰৰ সৈতে এম্বিয়েণ্ট অপ্টিমাইজেচন, একোষ্টিক অটো কেলিব্ৰেচন প্ৰযুক্তি, এপল এয়াৰপ্লে ২, হোমকিট আৰু একোষ্টিক চাৰ্ফেচ অডিঅ’ + আছে। ইয়াত ধাতুৰ ফ্লাশ চুৰফেচ বেজেল আৰু ৩-ৱে মাল্টি-পজিচন ষ্টেণ্ডৰ সৈতে মিনিমালিষ্ট ডিজাইনো থাকে। ই ইয়াৰ পিছফালৰ আৱৰণত ৮৫% লৈকে ৰিচাইকল হাৰৰ সৈতে চনী-বিকশিত শ্ৰপ্লাছ™ (SORPLAS™) ব্যৱহাৰ কৰে। এইটো ২২জুলাই ২০২২ তাৰিখৰ পৰা ভাৰতৰ সকলো চনী চেণ্টাৰ, মুখ্য ইলেক্ট্ৰনিক দোকান আৰু ই-কমাৰ্চ পৰ্টেলত উপলব্ধ হৈছে।