পৱিত্ৰ ৰমজানৰ মাজতে মুছলমানপ্ৰধান ৰাষ্ট্ৰত গৃহযুদ্ধ।
ছিৰিয়াত গৃহযুদ্ধই লৈছে অধিক ভয়াৱহ ৰূপ।
ভয়াৱহ সংঘৰ্ষত এইপৰ্যন্ত ২০০ৰো অধিক লোকৰ মৃত্যু।
পূৰ্বৰ ৰাষ্ট্ৰপতিৰ সমৰ্থক আৰু বৰ্তমানৰ চৰকাৰৰ সুৰক্ষাকৰ্মীৰ সংঘাত।
ঘটনাত আন কেইবাজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।
প্ৰচণ্ড গুলীয়াগুলী, ৰকেট নিক্ষেপ উভয় পক্ষৰ মাজত।
মুছলমান দেশ ছিৰিয়াত ব্যাপক হিংসাত্মক ঘটনা।
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে কাৰ্ফিউ।
ডিচেম্বৰত ৰাষ্ট্ৰপতি পদ এৰিবলৈ বাধ্য হৈছিল বছৰ অল আছাদ।
বিদ্ৰোহীৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে হেৰুৱাইছিল শাসন।
বছৰ অল আছাদ ক্ষমতাচ্যুত হোৱাৰ পিছতে এয়া প্ৰথমটো হিংসাত্মক ঘটনা।
