উত্তৰ-পূৱ SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল By Dipshikha - August 23, 2023 127 FacebookPinterestWhatsAppPrint SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল। লখিমপুৰত ৰুজু হোৱা ৯৬/২০২৩ গোচৰৰ অভিযোগনামা দাখিল। অভিযোগনামাত ৪টা অভিযুক্তৰ নাম উল্লেখ CBIৰ। অভিযুক্তকেইটা নুৰ মহম্মদ, আজিজুৰ ৰহমান, ৰিয়াজুল ইছলাম, মজিবুৰ ৰহমান। CBI-এ দাখিল কৰিলে অভিযোগনামা। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...