দুৰ্গা পূজা, হিন্দুৰ এক জীপাল উৎসৱত দুৰ্গা দেৱীৰ অশুভৰ ওপৰত জয়লাভৰ উদযাপন কৰা হয়। অশুভৰ ওপৰত শুভৰ জয়ৰ স্মৃতিত জিলাপী, ক্ষীৰ, ৰসগোল্লা, লাড়ু, মিঠা দোছা আৰু দহী চেনী আদিৰ দৰে স্থানীয় সুস্বাদু খাদ্য সম্ভাৰ ঘৰতে প্ৰস্তুত কৰি দুচেৰা উদযাপন৷ আপুনি এমাজ’ন ফ্ৰেছ-ত ‘দুৰ্গা পূজা ষ্টোৰ’-ৰ পৰা বিস্তৃত নিৰ্বাচনৰ মাজেৰে উচ্চমানৰ সতেজ উপাদানসমূহৰ লগতে উৎসৱৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বাবে বজাৰ কৰি আপোনাৰ পছন্দৰ সময়স্লটসমূহত দুৱাৰদলিতেই ডেলিভাৰী হেৱাৰ সুবিধাৰ স্পৰ্শ যোগ কৰিব পাৰে৷
গ্ৰাহকসকলে পূজাৰ প্ৰয়োজনীয় সামগ্ৰী, সতেজ ফুল, উপহাৰৰ হেম্পাৰ, মিঠাই, শুকান ফল, চাফাই আৰু ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰীল লগতে আন বহুতো বিশেষভাৱে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ মাজেৰেও ব্ৰাউজ কৰিব পাৰে আৰু এই উৎসৱৰ বতৰত ৰোমাঞ্চকৰ অফাৰসমূহৰ লগতে ডীলসমূহৰ সুবিধা গ্ৰহণ কৰিব পাৰে৷
এমাজ’ন ফ্ৰেচ-ত বজাৰ কৰাৰ সময়ত গ্ৰাহকসকলে কেডবেৰী, হাৰ্শ্বীজ্, ইউনিবিক, টাটা, আশীৰ্বাদ, ফৰ্চুন আদিৰ দৰে বহতো জনপ্ৰিয় ব্ৰেণ্ডৰ পৰা বাছি লৈ উৎসৱৰ খাদ্য প্ৰস্তুত কৰিবলৈ আৱশ্যক হোৱা প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বজাৰ কৰিব পাৰে৷ গ্ৰাহকসকলে ৫০% ৰেহাই উপভোগ কৰাৰ উপৰিওঁ নতুন গ্ৰাহকসকলে তেওঁলোকৰ প্ৰথম ৪টা অৰ্ডাৰৰ ওপৰত অতিৰিক্ত ৪০০/- টকাৰ কেচবেক উপভোগ কৰিব পাৰিব৷
