ছিকিমৰ গেংটকত মুকলি কৰিলে চেংকো গোল্ড এণ্ড ডাইমণ্ডছৰ নতুন শ্ব’ৰুম

351

গেংটকত চেংকো গোল্ড এণ্ড ডাইমণ্ডছে দেশত ১৪১ সংখ্যক শ্ব’ৰুম মুকলি কৰিছে, য’ত চীফ জেনেৰেল মেনেজাৰ ৰূপে আছে ধৱল ৰাজা আৰু এক্চা কেৰুং চুব্বা। নতুন শ্ব’ৰুমটোৰ ঠিকনা হৈছে প্লট নং ১০২৪, নিউ মাৰ্কেট, এম জি মাৰ্গ, মুন্দ্ৰা বিল্ডিং, গেংটক, ইষ্ট ছিকিম – ৭৩৭১০১।

২৫৮১ বৰ্গফুটৰ বিস্তৃত এলেকা সামৰি লৈছে গেংটকৰ নতুন চেংকো গোল্ড এণ্ড ডাইমণ্ডছ শ্ব’ৰুমটোৱে। ইয়াত সোণ আৰু হীৰা গহণাৰ এক উৎকৃষ্ট সংগ্ৰহ আগবঢ়োৱা হ’ব, যিয়ে ব্ৰেণ্ডটোৰ ব্যতিক্ৰমী শিল্পকলা আৰু ডিজাইন বিশেষজ্ঞৰ বিবিধ সৃষ্টি প্ৰৌজ্বল কৰি তুলিব। চেনকো গোল্ড এণ্ড ডাইমণ্ডছে কোম্পানী মালিকানাধীন ষ্ট’ৰত আপোচবিহীন মানদণ্ড আৰু মনোযোগ প্ৰদান কৰা হয়।। এভাৰলাইট, ভিভাহা, অহম, পাৰ্ফেক্ট লাভ আৰু গছিপৰ দৰে উপ ব্ৰেণ্ডৰ উপলব্ধতা প্ৰদান কৰিছে। চেংকো গোল্ড এণ্ড ডাইমণ্ডছৰ এমডি এণ্ড চিইঅ’ শুভংকৰ সেনে কয় যে, “আমি সকলোকে আমাৰ শ্ব’ৰুমলৈ আহিবলৈ আৰু আমাৰ সোণ আৰু হীৰা গহণাসমূহৰ বিশাল ৰেঞ্জ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।”

চেংকো গোল্ড এণ্ড ডাইমণ্ডছে গেংটকত এটা শ্ব’ৰুম মুকলি কৰিছে, য’ত বিভিন্ন ধৰণৰ গহণাৰ ডিজাইন আৰু মানদণ্ডৰ ব্যৱস্থা আছে। শ্ব’ৰুমত সোণৰ ওপৰত ২৫% পৰ্যন্ত ৰেহাই, হীৰাৰ মূল্যৰ ওপৰত ১০% ৰেহাই, আৰু হীৰাৰ গহণা নিৰ্মাণৰ চাৰ্জত ২৫% ৰেহাইকে ধৰি এক্সক্লুছিভ ৰেহাই দিয়া হৈছে।
চৰ্ত আৰু নিয়মাৱলী প্ৰযোজ্য।