ৰাজ্যৰ শিক্ষা বিভাগৰ জাননী

41

পুনৰ ৰাজ্যৰ শিক্ষা বিভাগৰ জাননী।ৰাজ্য চৰকাৰৰ অধীনস্থ নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাও হ’ব শিক্ষাৰ মাধ্যম ।মিচিং জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীয়ে মাতৃ ভাষাত শিক্ষা গ্ৰহণৰ সুযোগ দিয়া বাবেই এই নিৰ্দেশ শিক্ষা বিভাগৰ।
প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে মিচিং ভাষাত গ্ৰহণ কৰিব পাৰিব শিক্ষা।
উল্লেখযোগ্য যে ২০০ খন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষা হ’ব শিক্ষাৰ মাধ্যম।