১৫ ফেব্ৰুৱাৰীৰ পৰা খোলা হব শিক্ষানুষ্ঠানসমূহ…

313

কোভিড মহামাৰীৰ বাবে দীৰ্ঘদিন বন্ধ হৈ থকাৰ পিছত অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা পুনৰ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। ধেমাজিত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কোভিডৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত অষ্টম শ্ৰেণীলৈকে বন্ধ হৈ থকা বিদ্যালসমূহ পুনৰ খুলি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে।