SBIএ নিজৰ গ্ৰাহকসকলক ঘৰত বহি বহি ব্যক্তিগত ঋণ লোৱাৰ সুবিধা প্ৰদান কৰিছে।

149

টকাৰ চিন্তা হ’লে টেনশ্যন নল’ব! SBI–এ ঘৰত বহি থকা অৱস্থাতে দিছে লোন
কোৰোণাৰ সময়ত যদি হঠাৎ আপোনাৰ টকাৰ প্ৰয়োজন হয় তেনেহ’লে চিন্তা নকৰিব। কিয়নো দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকে (SBI) নিজৰ গ্ৰাহকসকলক ঘৰত বহি বহি ব্যক্তিগত ঋণ লোৱাৰ সুবিধা প্ৰদান কৰিছে।
এতিয়া আপুনি ঘৰত বহি অনলাইনত প্ৰী–এপ্ৰুভড পাৰ্চনেল লোন ল’ব পাৰিব। এয়া কেৱল চাৰিটা সাধাৰণ ষ্টেপত হৈ পৰিব। নিজৰ সুবিধা মতে এই লোন 24X7 ল’ব পাৰিব। SBI গ্ৰাহকে YONO এপৰ জৰিয়তে কেৱল চাৰিটা ক্লিকত এয়া ল’ব পাৰিব।