ছেমছাঙে ফেষ্টিভ ছিজনৰ বাবে গেলেক্সি এ ছিৰিজত আগবঢ়াইছে আকৰ্ষণীয় কেছবেক আৰু এফ’ৰ্ডেবিলিটি অফাৰ 

142

চেমচাঙে ফেষ্টিভ ছিজনত নিৰ্বাচিত গেলেক্সি এ ছিৰিজৰ স্মাৰ্টফোনসমূহত এক্সক্লুছিভ ডিল(লেনদেন) আগবঢ়াইছে। ১৪,৪৯৯ টকাৰ ৰেহাই মূল্যত উপলব্ধ গেলেক্সি এ১৪ ৫জি, চেমচাং ফাইনেন্স+ ত ৮ মাহলৈকে নো কষ্ট ইএমআই, প্ৰতিদিনে কেৱল ৪৪ টকাত উপলব্ধ। ২৮,৯৯০ টকাৰ মূল্যৰ গেলেক্সি এ২৩ ৫জি ১৮,৯৯৯ টকাত উপলব্ধ হ’ব, প্ৰতিদিনে ৪৭ টকাৰ ইএমআই বিকল্প থাকিব।

৩৫,৪৯৯ টকাৰ মূল্যৰ গেলেক্সি এ৩৪ ৫জি ২৫,৯৯৯ টকাত উপলব্ধ হ’ব, প্ৰতিদিনে ৪৯ টকাৰ ইএমআই বিকল্পও থাকিব। প্ৰথমে ৪১,৯৯৯ টকাৰ গেলেক্সি এ৫৪ ৫জিৰ মূল্য ৩৩,৪৯৯ টকাত উপলব্ধ হ’ব আৰু প্ৰতিদিনে ৬৩ টকাৰ ইএমআই বিকল্প থাকিব। গেলেক্সি এ১৪ ৫জিত ছেমছাঙৰ #AwesomeIsForEveryone দৰ্শন প্ৰদৰ্শন কৰা হৈছে, ইয়াত ৬.৬” ফুল এইচডি+ ডিচপ্লে, এক শক্তিশালী ৫এনএম প্ৰচেছৰ আৰু ৫০০০এমএএইচ বেটাৰী আছে। গেলেক্সি এ৫৪ ৫জি আৰু এ৩৪ ৫জি আইপি৬৭-ৰেটেড আৰু কৰ্নিং গৰিলা গ্লাছ ৫ সুৰক্ষাৰ সৈতে উপলব্ধ।

গ্ৰাহকৰ বাবে ৪টা এণ্ড্ৰইড উন্নীতকৰণ আৰু ৫ বছৰৰ বাবে সুৰক্ষা আপডেট আগবঢ়ায়, যিয়ে আগন্তুক বছৰবোৰৰ বাবে উন্নত-মানদণ্ডৰ প্ৰদৰ্শন নিশ্চিত কৰে। গেলেক্সি এ৫৪ ৫জিত ৫০ মেগাপিক্সেল অ’আইএছ প্ৰাইমেৰী লেন্স আৰু ১২ মেগাপিক্সেল আল্ট্ৰা-ৱাইড লেন্স আছে, আনহাতে এ৩৪ ৫জিত ৪৮ মেগাপিক্সেল অ’আইএছ প্ৰাইমেৰী লেন্স আৰু ৮ মেগাপিক্সেল আল্ট্ৰা-ৱাইড লেন্স আছে।