ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা লণ্ডনত

9


ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা লণ্ডনত।
খালিস্তানী সমৰ্থকে আক্ৰমণৰ চেষ্টা চলাইছিল এছ জয়শংকৰক।


চাথাম হাউচৰ পৰা পৰা উভতি আহোতেই মন্ত্ৰীজনৰ লগত সংঘটিত এই ঘটনা।


চাথাম হাউছৰ বাহিৰত খালিস্তানী শ্লোগান আৰু পতাকাৰে প্ৰতিবাদ খালিস্তানী সমৰ্থকৰ।


মন্ত্ৰী এছ জয়শংকৰৰ গাড়ীৰ সমীপত প্ৰতিবাদকাৰীয়ে ভাৰতৰ জাতীয় পতাকাকো অপমান কৰে।
লণ্ডন আৰক্ষীৰ সন্মুখতে ভাৰতৰ জাতীয় পতাকা ফালিলে খালিস্তানী সমৰ্থকে।