আজি বিজেপিত যোগদান কৰিব সদ্য পদত্যাগী কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।লখিমপুৰত অনুষ্ঠিত এক অনুস্থানত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব তেওঁ।মুখ্যমন্ত্ৰীৰ ড. হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই অনুষ্ঠানত বিজেপিত যোগদান কৰিব কুৰ্মীয়ে।উল্লেখ্য যে, নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰদৰ্শন কৰি কুৰ্মীয়ে কেইদিনমান পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল।লগতে বিধায়ক পদৰ পৰাও তেওঁ পদত্যাগ কৰিছিল।মৰিয়নিত আগন্তুক সময়চোৱাত অনুষ্ঠিত হ’ব লগা উপনিৰ্বাচনত বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা আছে কুৰ্মীয়ে।
Latest article
টাটা এআইজি-এ ৰিটেইল(খুচুৰা) স্বাস্থ্যখণ্ডৰ সুবিধা অধিক সুলভ, চিকিৎসালয়ৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিবলৈ মুকলি কৰিছে ‘মেডিকেয়াৰ...
টাটা এআইজি জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীয়ে খুচুৰা স্বাস্থ্য পৰ্টফোলিঅ'ৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ ভাৰতত স্বাস্থ্যসেৱাৰ উপলব্ধতা বৃদ্ধিৰ লক্ষ্যৰে মেডিকেয়াৰ চিলেক্ট নামৰ এক পৰৱৰ্তী প্ৰজন্মৰ স্বাস্থ্য বীমা...
অসমৰ ৰন্ধন পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ বাবে ছানৰাইজ স্পাইচেছে আগবঢ়াইছে ‘শিপা বিচাৰি’ ছিৰিজ
আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি...
বিংগো!তেধেমেধেই গুৱাহাটীত বিহুৰ আমেজ আৰু সোৱাদেৰে আগবঢ়াইছে ‘জমনিৰ আড্ডা’
ৰঙালী বিহুৰ মাদকতাক উধিক জীপাল আৰু উজ্জীৱিত কৰি তোলাৰ মানসেৰে আইটিচিৰ বিংগো! তেধেমেধেই গুৱাহাটীৰ মাজমজিয়াত আৰম্ভ কৰিছে এক অনন্য অভিজ্ঞতাকেন্দ্ৰিক অনুষ্ঠান জমনিৰ আড্ডা। ১৪...