এজাক বৰষুণতেই কৃত্ৰিম বানত ডুব গ’ল ঐতিহাসিক ৰংঘৰ ৷ এছিয়া মহাদেশৰ প্ৰথম ক্ৰীড়া পেভিলিয়ন ৰংঘৰৰ সন্মুখত এক আঠু পানী ৷ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৰংঘৰ বাকৰিত ৷ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৰংঘৰ বাকৰিত ৷এছিয়া মহাদেশৰ প্ৰথম ক্ৰীড়া পেভিলিয়ন ৰংঘৰৰ সন্মুখত এক আঠু পানী ৷অথচ ৰংঘৰক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব পৰা নাই চৰকাৰে ৷ৰংঘৰৰ পিছফালে চৰকাৰে ১৪২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা প্ৰকল্পৰ বাবে আজি এই অৱস্থা ৷
