প্ৰাণ শিল্প জুবিন গাৰ্গক উচিত ন্যায় দিয়াৰ দাবীত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ উদ্যোগত জনতা ঘেৰাও বিক্ষোভ কাৰ্যসূচী। জুবিন দাক ন্যায় প্ৰদান কৰক, জুবিন দাৰ হত্যাকাৰীক ফাঁচী দিয়ক,অসম চৰকাৰ হায় হায়, জুবিন দাৰ হত্যাকাৰীক ফাঁচী দিয়ক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়।
