অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী। কংগ্ৰেছৰ স্কেনিং কমিতিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধী দুদিনীয়া অসম ভ্ৰমণ কৰিম। ১০ বজাত গুৱাহাটীত বিমান বন্দৰত উপস্থিত হয়। বিমানবন্দৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীৰ্বাদ ল’ব। তাৰ পৰা ৰাজীৱ ভৱনলৈ আহিব। দিনৰ ১১ বজাৰ পৰা নিশা ১২ বজালৈ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীৰ সৈতে বৈঠকত মিলিত হ’ব।
