পেপাৰফ্ৰাইৰ ইয়াৰ প্ৰথম ষ্টুডিঅ’ তেজপুৰত মুকলি

456

পেপাৰফ্ৰাই অসমৰ তেজপুৰত ইয়াৰ প্ৰথম ষ্টুডিঅ’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে।মেচাৰ্ছ গ্লোবাছ এডৰনোৰ সৈতে অংশীদাৰীত্বত মুকলি কৰা নতুন ষ্টুডিঅ’টো তেজপুৰৰ ১৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এক মুখ্য স্থানত অৱস্থিত, যি ৭৬৭ বৰ্গফুট ৰ কাৰ্পেট এলেকাজুৰি বিস্তৃত। ই গ্ৰাহকসকলক আচবাব আৰু ঘৰুৱা সামগ্ৰীৰ এক অসীম তালিকাৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰে। গ্ৰাহকসকলে কোম্পানীৰ আভ্যন্তৰীণ ডিজাইন পৰামৰ্শদাতাৰ পৰা বিশেষ ডিজাইনৰ পৰামৰ্শ লাভ কৰিব।

পেপাৰফ্ৰাই ষ্টুডিঅ’ই ভাৰতত আচবাবৰ খুচুৰা দৃশ্যপট সলনি কৰিছে। ই গ্ৰাহকসকলক আচবাব আৰু ঘৰুৱা সামগ্ৰীৰ এক অসীম তালিকাৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰে। গ্ৰাহকসকলে কোম্পানীৰ আভ্যন্তৰীণ ডিজাইন পৰামৰ্শদাতাৰ পৰা বিশেষ ডিজাইনৰ পৰামৰ্শ লাভ কৰিব।

তেজপুৰৰ ষ্টুডিঅ’ৰ লক্ষ্য হৈছে অসমত ঘৰ আৰু গ্ৰাহকৰ অনন্য প্ৰয়োজনীয়তা অনুসৰি এক ব্যক্তিগতকৃত বজাৰৰ অভিজ্ঞতা প্ৰদান কৰা।  মুকলি অনুষ্ঠানত বিজনেছ হেড – ফ্ৰেঞ্চাইজিং এণ্ড এলায়েন্স, পেপাৰফ্ৰাইৰ অম্ৰোটা গুপ্তাই কয়, “সমগ্ৰ বিশ্বতে ঘৰ বুলি কোৱা এক অনুভৱ কঢ়িয়াই অনাৰ আমাৰ লক্ষ্যৰ সৈতে, আমি নিৰন্তৰভাৱে মহান গ্ৰাহক সেৱা প্ৰদান কৰিবলৈ চেষ্টা কৰিছো।”