OYO-ৰ এক সম সঙ্গী নীতি প্ৰণয়ন

82

OYO হোটেল এণ্ড হোমছে শেহতীয়াকৈ অনুষ্ঠিত হোৱা এক ৱেবিনাৰত ইয়াৰ সম্পত্তিৰ মালিকসকলৰ বাবে OYO হোটেল এণ্ড হোমছৰ প্ৰতিষ্ঠাপক আৰু গ্ৰুপ চি ই অ’ ৰিতেশ আগৰৱালা আৰু OYO ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ৰোহিত কাপুৰে ‘সম সঙ্গী নীতি’ আৰম্ভ কৰিছিল।