ONGC ৰ বিৰুদ্ধে ক্ষোভ গেলেকীত

276

ONGC ৰ বিৰুদ্ধে ক্ষোভ গেলেকীত ।।

নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ONGC ৰ ভূমিকা কেনেধৰণৰ ।

কিয় একাংশ সম্ভ্ৰান্ত লোককে দিয়া হয় প্ৰতিটো ঠিকা ভিক্তি কাম ।।

SECURITY CONTACT ৰ কাম কিয় একাংশই পৈতৃক সম্পত্তিৰ দৰে লাভ কৰি আছে দীৰ্ঘদিন ধৰি।

কিয় ROTATION কৰা নহয় এই চিকিৰিউটি কন্টেকৰ কাম ।

ইয়াকে লৈ গেলেকী অঞ্চলৰ একাংশ শিক্ষিত নিবনুৱা যুৱকৰ ক্ষোভ ।।

একেজন ঠিকাডাৰকে বছৰ বছৰ ধৰি এই ঠিকাভিক্তিৰ কাম দি আহাৰ অভিযোগ ONGC ৰ বিৰুদ্ধে ।।

এই নিয়ম অতি সোনকালে সলনি কৰিবলৈ আহ্বান জনাইছে আটছাৰ আঠখেল প্ৰাথমিক সমিতিয়ে ।।

ইয়াৰ অন্যথা গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ সংগঠনটোৱে।