কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ মুদৈ মৰাণক আটক। পেঙেৰীৰ আৰক্ষীয়ে তৰাণীৰ পৰা আটক কৰিছে নেতাজনক। ২০ লাখ টকা বিচাৰি ডুমডুমা তালাপৰ চাহ ব্যৱসায়ীক কৰা ফোন ৰেকৰ্ড ভাইৰেল।উক্ত ধনদাবী প্ৰসংগতে নেতাজনক আটক কৰিছে আৰক্ষীয়ে।