ভাৰতীয় সময় অনুসৰি ২৯ মাৰ্চৰ দুপৰীয়া ২-২০ বজাৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ।
একেদৰে সন্ধিয়া ৪-১৭ বজাত শেষ হ’ব সূৰ্যগ্ৰহণৰ পৰিঘটনা।
এই গ্ৰহণ মীন আৰু উত্তৰ ভদ্ৰপদ নক্ষত্ৰত সংঘটিত হ’ব।
আজি আকাশত দৃশ্যমান হ’ব চলিত বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহ।