লাখ লাখ যান বাহনৰ গৰাকীলৈ আহিল ডাঙৰ খবৰ!
১মে’ৰ পৰা দেশত নতুন পদ্ধতিৰে আপুনি ভৰিব লাগিব টোলকৰ।
ৰাজপথতত আপোনাৰ বাহন খন উঠিলেই স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ’ব কৰে।
আপুনি আপোনাৰ প্ৰতিখন বাহনতেই লগাব লাগিব GPS ট্ৰেকাৰ।
এতিয়া পূৰ্বৰ দৰে কোনো ব্যৱস্থা নাথাকে।
ফাষ্টটেগৰ সলনি এতিয়াৰে পৰা GNSS ৰ ব্যৱস্থা হ’ব।
আপোনাৰ বাহন খন চাই থাকিব উপগ্ৰহে।
লগতে আপোনাৰ বেংকৰ একাউণ্টৰ পৰা নিজে নিজেই কটা যাব ধন।
এতিয়াৰে পৰা কোনো বাহনেই ৰোডটেক্স নিদিয়াকৈ থাকিব নোৱাৰিব।
গ্লবেল নেভিগেশ্যন ছেটেলাইট চিষ্টেমৰ দ্বাৰা সকলো নিয়ন্ত্ৰণ কৰা হ’ব।
নিয়ম অমান্য কৰিলে উলংঘাকাৰীক ই-নটিছ প্ৰেৰণ কৰা হ’ব।
আৰু ধন পৰিশোধ নকৰিলে ফাষ্টটেগ নিলম্বন কৰা হ’ব।
