এক ভয়ংকৰ ঘটনা। বিশ্ববিদ্যালয়ত পাঠদান চলি থকাৰ মাজতে সংঘটিত হয় গুলীচালনাৰ ঘটনা। এই ঘটনাত বৰ্তমান পৰ্যন্ত ২ জন লোকৰ মৃ্ত্যু হোৱাৰ লগতে ৫ জন আহত হৈছে।ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটিত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হয় গুলীচালনাৰ ঘটনা। এই ঘটনাত বৰ্তমান সময়লৈকে ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।
