পুনৰ বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰা খবৰ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে । মুখ্য়মন্ত্ৰীয়ে জানিবলৈ দিছে যে, সোমবাৰে মাজনিশা অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক আটক কৰে অসম আৰক্ষীয়ে । তাৰ পাছতে পুনৰ তেওঁলোকৰ বিতাড়নৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ।আটক কৰা বাংলাদেশী নাগৰিক কেইজন আব্দুল কবীৰ, বধিউৰ ৰহমান, মঃ টায়ুব আৰু আব্দুল কালাম বুলি চিনাক্ত কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে ।
Latest article
টয়োটা কিৰ্লোস্কাৰ মটৰে ভাৰতত মুকলি কৰিলে হাইলাক্স ব্লেক এডিচন
টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ ভাৰতত হাইলাক্স ব্লেক এডিচন মুকলি কৰিছে, যি নিজৰ পৰিচয়ৰ বলিষ্ঠতা আৰু অফ-ৰোড সামৰ্থ্য বজাই ৰাখি এক সাহসী আৰু কঠিন অল-ব্লেক থীম...
জিচিপিএলে তামিলনাডুত মুকলি কৰিলে প্ৰথমটো সংহত গ্ৰীণফিল্ড প্লাণ্ট মুকলি কৰে
গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ তামিলনাডুৰ ৰাজধানী চেন্নাইৰ ওচৰৰ চেংগালপট্টু জিলাত নিজৰ প্ৰথম একত্ৰিত গ্ৰীণফিল্ড প্ৰকল্প মুকলি কৰিছে। নতুন প্ৰকল্পটো উদ্বোধন কৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু...
ইভলভএডি-এ ব্ৰিটেইনৰ পূৰ্বৰ নিছান সমৰ্থিত প্ৰকল্পসমূহৰ ওপৰত গঢ়ি তুলিছে নিজৰ ভেঁটি—হিউমেনড্ৰাইভ আৰু চাৰ্ভচিটী
পাঁচটা উদ্যোগ অংশীদাৰৰ এক সংঘই সফলতাৰে ব্ৰিটেইনৰ শেহতীয়া অট'নমাছ ড্ৰাইভিং (এডি) গৱেষণা প্ৰকল্প সম্পূৰ্ণ কৰিছে-যি দেশখনৰ আটাইতকৈ অভিলাষী প্ৰকল্প। ইভলভএডি-এ ব্ৰিটেইনৰ পূৰ্বৰ নিছান সমৰ্থিত...