NEETৰ পৰীক্ষাকলৈ ডাঙৰ খবৰ

296

NEETৰ পৰীক্ষা বিসংগতিক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

গ্ৰেচ মাৰ্কপ্ৰাপ্ত শিক্ষাৰ্থীৰ বাবে পুনৰ অনুষ্ঠিত হ’ব পৰীক্ষা।

২৩ জুনত ১৫৬৩ গৰাকী শিক্ষাৰ্থী পুনৰ বহিব লাগিব পৰীক্ষাত।

বাতিল কৰা হ’ল গ্ৰেচ মাৰ্কপ্ৰাপ্ত শিক্ষাৰ্থীৰ স্কোৰ কাৰ্ড।

NTA-এ জনালে উচ্চতম ন্যায়ালয়ক।