নগাঁও আবকাৰী বিভাগৰ বৃহৎ সফলতা ।শুকুৰবাৰে অবৈধ চুলাই মদৰ বিৰুদ্ধে চলিল আৱকাৰি বিভাগৰ জোৰদাৰ অভিযান ।নগাঁৱৰ কাছমাৰি , বৰভেটি, কাৱৈমাৰি চলচলি আৰু ইটাপাৰত অভিযান চলাই জিলা খনৰ আবকাৰী বিভাগে ।অভিযানত বৃহৎ পৰিমাণৰ চুলাই মদ সহ মদ প্ৰস্তুত কৰা সামগ্ৰী জব্দ।অভিযানৰ উমান পাই পলাই যাবলৈ সক্ষম হয় মদ প্ৰস্তুত কৰা লোক সকল।
