ৰাজ্যৰ লাখ লাখ ইছলামধৰ্মী লোকলৈ জৰুৰী খবৰ।
কেন্দ্ৰীয় হিলাল কমিটীয়ে কৰিলে ডাঙৰ ঘোষণা।
ঘোষণা কৰা হ’ল ৰোজাৰ ফিৎৰাৰ মূল্য।
ফিৎৰাৰ পৰিমাণৰ ১,৬৩৩ গ্ৰাম আটাৰ মূল্যৰ ভিত্তিত ৭০ টকা ধাৰ্য।
ঈদুল ফিটৰৰ নামাজৰ আগে আগে ফিৎৰা আদায় দিবলৈ ইছলামধৰ্মী লোকক আহ্বান।