জুম্মা নামাজক লৈ মুছলমান লোকলৈ জৰুৰী খবৰ

38

জুম্মা নামাজক লৈ মুছলমান লোকলৈ জৰুৰী খবৰ।
সলনি হ’ল জুম্মাৰ নামাজ আদায় কৰাৰ সময়।
জুম্মাৰ নামাজ আদায়ৰ সময়ক লৈ ডাঙৰ সিদ্ধান্ত।
১৪ মাৰ্চ, শুকুৰবাৰত হ’বলগা জুম্মা নামাজৰ সময় সলনি।
দিনৰ ২ বজাতহে আদায় কৰিব পাৰিব জুম্মাৰ নামাজ।
পূৰ্বে ১২.৪৫ বজাতহে নিৰ্ধাৰিত আছিল নামাজৰ সময়।
হিন্দু লোকৰ ৰংঙৰ উৎসৱ হোলীক লৈ এই সিদ্ধান্ত গ্ৰহণ।
জামা মছজিদ কমিটীৰ তৰফৰ পৰা ডাঙৰ ঘোষণা।
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।
১৪ মাৰ্চত একেদিনাই হোলী আৰু জুম্মাৰ নামাজ।
সেইদিনা যাতে অপ্ৰীতিকৰ ঘটনা নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত।
আইন-শৃংখলাৰ ওপৰত গুৰুত্ব দি সষ্টম হৈ পৰিছে প্ৰশাসনো।
কেৱল লক্ষ্ণৌতহে নামাজ আদায়ৰ সময় সলনিৰ কথা ঘোষণা।
পৰৱৰ্তী সময়ত আন প্ৰান্ততো সালসলনি ঘটাব পাৰে নামাজৰ সময়।