দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্রালয়ব অধীনত বাষ্ট্রীয় দক্ষতা বিকাশ নিগমে উদ্যোগৰ টাইটানসকলৰ সৈতে ১৫টা কৌশলগত অংশীদারিত্বৰ কথা প্রকাশ কবি ভাবতব কর্মশক্তিত এক বিপ্লরব সূচনা কৰিবলৈ সাজু হৈছে। নিয়ে দক্ষতা বিকাশৰ ক্ষেত্রত এক নতুন যুগৰ সুচনা কৰিছে। কেন্দ্রীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগব মন্ত্রী ধর্মেন্দ্র প্রধানে দক্ষতা, পুনৰ দক্ষতা আক দক্ষতা বৃদ্ধিব মন্ত্র গ্রহণ কৰি বিশ্বব্যাপী প্রয়োজনীয়তাসমূহ পূৰণৰ বাবে ভাবতব প্রতিশ্রুতিৰ কথা উল্লেখ কবে।
প্রধানমন্ত্রী নবেন্দ্র মোদীৰ ২০৪৭ ব ভিতবত উন্নত ভাবত গাঢ়াব দৃষ্টিভংগীর দৈতে সংগতি ৰাখি এই অংশীদারিত্বব জবিয়তে ভাবতব কর্মশক্তি বা ‘অমৃত পীড়ি ক কর্মশক্তিৰ ভবিষ্যতৰ বাবে প্রস্তুত কবিছে। এই দিশসমূহে এক গুরুত্বপূর্ণ পদক্ষেপকে সূচায়। গুগল, মাইক্রহফট, স্লিপকার্ট আক বিলায়েন্স ফাউণ্ডেচনৰ দৰে আগশাৰীৰ প্রতিষ্ঠানসমূহে ভাৰতৰ যুবক।
যুবতীসকলক অত্যাধুনিক দক্ষতা আক জ্ঞানেবে শক্তিশালী কবিবলৈ এনএছডিচিব সৈতে সহযোগিতা কৰিছে ।এই অনুষ্ঠানত ভাষণ প্রদান কবি মন্ত্রী ধর্মেন্দ্র প্রধানে ভাবতব দক্ষতা পৰিস্থিতিতন্ত্র গঢ়ি তোলাৰ জগতে সকলো সময়তে যিকোনো স্থানত দক্ষতা সুলত আৰু সহজ কৰি তোলাৰ ক্ষেত্রত ডিজিটেল পদক্ষেপৰ পরিবর্তনশীল ভূমিকাৰ ওপৰত গুরুত্ব আরোপ করে।