কেইবাটাও কাৰ্যসূচী হাতত লৈ ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী । ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ব্ৰহ্মপুত্রৰ ওপৰত নিৰ্মাণ কৰা ৬ লেনযুক্ত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু । একেদিনাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব পলাশবাৰীত নিৰ্মাণ হ’বলগীয়া আই আই এমৰ অস্থায়ী কেম্পাছ ।
