যোৱা বুধবাৰৰ পৰা অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ বাবে স্তব্ধ হৈ পৰিছে মিজোৰাম। ফলত একেৰাহে দ্বিতীয় দিনৰ বাবেও বন্ধ ঘোষণা কৰা হৈছে আইজলৰ শিক্ষানুষ্ঠানসমূহ।জানিব পৰা মতে ঠায়ে ঠায়ে ৰাজ্যখনত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলনো। আইজল জিলাত বিগত কেইবা ঘণ্টা ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আইজল জিলাৰ অন্তৰ্গত সকলো বিদ্যালয়কে শুকুৰবাৰে বন্ধ ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।”
