এম জি মটৰে গ্ৰাহকৰ বাবে লৈ আহিছে আকৰ্ষণীয় অফাৰ আৰু লাভালাভ

471

শতিকা পুৰণি ইতিহাস সমৃদ্ধ ব্ৰিটিছ অটোমোবাইল ব্ৰেণ্ড এমজি মটৰে ভাৰতত নিজৰ ডিচেম্বৰ ফেষ্টৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৰ সকলো সামগ্ৰীৰ বীশেষ সূচীত স্পেচিয়েল অফাৰ আৰু লাভালাভ প্ৰদানৰ কথা ঘোষণা কৰিছে। এম জিৰ ডিচেম্বৰ ফেষ্টে ব্ৰেণ্ডটোৰ চহকী অটোমোটিভ লিগেচীক উদযাপন কৰাৰ লগতে বাহনৰ অনুৰাগীসকলৰ বাবে নিজৰ বৈচিত্ৰ্যময় প্ৰডাক্ট ৰেঞ্জত গুণগত মানদণ্ড, উদ্ভাৱন আৰু প্ৰযুক্তিৰ প্ৰতি এমজিৰ দায়বদ্ধতা অনুভৱ কৰাৰ এক আকৰ্ষণীয় সুযোগ উদযাপন কৰে।

অভিনৱ এআই সুবিধাযুক্ত ষ্টাইলিছ এছইউভি এমজি এষ্টাৰত ১,০০,০০০ টকা পৰ্যন্ত লাভালাভ আৰু ৫০,০০০ টকাৰ এক্সচেঞ্জ বেনিফিটৰ সুবিধাও উপলব্ধ । এমজিৰ প্ৰিমিয়াম এছইউভি এডভান্সড গ্লষ্টাৰত ১,০০,০০০ টকা পৰ্যন্ত লাভালাভ আৰু ৫০,০০০ টকাৰ এক্সচেঞ্জৰ সুবিধাও আছে। প্ৰতিষ্ঠানটোৰ অন্যতম ধ্বজাবাহী ইভি এমজি জেড এছত ১,০০,০০০ টকা পৰ্যন্ত লাভালাভ আৰু ৫০,০০০ টকাৰ এক্সচেঞ্জ বেনিফিট প্ৰদান কৰা হয়। নেক্সট-জেন হেক্টৰে ৫০,০০০ টকা পৰ্যন্ত লাভালাভ আৰু অতিৰিক্ত ৫০,০০০ টকাৰ এক্সচেঞ্জ সুবিধা ৰূপে আগবঢ়ায়। এমজি কমেট- স্মাৰ্ট ইভি এতিয়া ৬৫,০০০* টকা পৰ্যন্ত লাভালাভৰ সৈতে উপলব্ধ।

এমজি মটৰ ইণ্ডিয়াই গ্ৰাহকসকলৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে সদায়ে নিজৰ প্ৰতিশ্ৰুতি বজাই ৰাখিছে, লগতে ব্ৰেণ্ড এনগেজমেণ্ট(জড়িত হোৱা)ৰ বাবে অনুকূল সুযোগ নিশ্চিত কৰিছে। গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি নিজৰ সমৰ্পণ প্ৰদৰ্শন কৰি প্ৰতিষ্ঠানটোৱে একেৰাহে তৃতীয় বছৰৰ বাবে জেডি পাৱাৰৰ চিএছআই (গ্ৰাহক সন্তুষ্টি সূচকাংক)ত ধাৰাবাহিকভাৱে শীৰ্ষ স্থান দখল কৰিছে।