MDH মচলাৰ স্বত্বাধিকাৰ ধৰমপাল গুলাটিৰ দেহাৱসান

51

ডিজিটেল ডেস্ক:- মাত্ৰ ১৫০০ টকাৰে এদিন তেওঁ ব্যৱসায় আৰম্ভ কৰিছিল। কিন্তু আজি তেওঁ সমগ্ৰ বিশ্বৰ ভিতৰতে এটা পৰিচিত নাম। তেওঁৱেই হৈছে MDH মচলা কোম্পানীৰ স্বত্বাধিকাৰ মহাশয় ধৰমপাল গুলাটী। “মচলাৰ ৰজা” ৰূপে পৰিচিত ধৰমপাৰ গুলাটিৰ বুধবাৰে হৃদৰোগত চক্ৰান্ত হৈ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কোৰোনাত আক্ৰান্ত হৈছিল গুলাটি। ২০১৯ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত গুলাটিৰ দেহাৱসানত দেশজুৰি শোকৰ ৰোল উঠিছে।