ঔতলা বৰমপুৰত মাটি খান্দোতে ওলাল এটা হস্ত নিৰ্মিত বন্দুক।
মঙলদৈ ঔতলা বৰমপুৰ বাসুৱাচুবুৰীত দুৰ্লভ ডেকা আৰু ৰঞ্জিত ডেকাৰ ঘৰত উদ্ধাৰ হয় বন্দুকটো।
সোমবাৰে ঘৰৰ পিছফালে পুখুৰী খন্দাই থাকোতে উদ্ধাৰ হয় বহু পুৰণি একনলীয়া হস্ত নিৰ্মিত বন্দুকটো।
জেচিবিৰে পুখুৰীটো পুনৰ খন্দাই থাকোতে বন্দুকটো উদ্ধাৰ হয়।