মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলৰ হাতত তুলি দিব উপহাৰ।

অহা সোমবাৰে এই উপহাৰ লাভ কৰিব কৃষকসকলে। এই উপহাৰ হ’ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ১৯ তম কিস্তি।

আজি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘোষণা কৰিছে।১৯ তম কিস্তিৰ অধীনত লাভ কৰিব মুঠ ২২ হাজাৰ কোটি টকা।
