বন্ধ ঘোষণাৰ পাছতে পুনৰ ৩১ মে’২০২৫ লৈকে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ পৰ্যটক আৰু জীপ ছাফাৰী সন্থাৰ অনুৰোধ মৰ্মে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এই সিদ্ধান্ত ৷ উদ্যানখনৰ কহঁৰা, বাগৰী আৰু অগৰাতলী বনাঞ্চলত পৰ্যটকে কৰিব পাৰিব জীপ ছাফাৰী ৷
