ঝাৰখণ্ডত ভয়ংকৰ বিস্ফোৰণ

15

ঝাৰখণ্ডৰ চৈবাছা জিলাত আই ই ডি বিস্ফোৰণ ৷

চি আৰ পি এফ ১৯৭ বেটেলিয়নৰ সহকাৰী কামাণ্ডেণ্টসহ কেইবাজনো আহত ৷

আহত জোৱানসকলক ৰাঁচীৰ পৰা এয়াৰলিফ্ট কৰিবলৈ চাইবাছালৈ এখন হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে ।

নেটৱৰ্ক এৰিয়া দুৰ্বল হোৱাৰ বাবে ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তথ্য লাভ কৰিব পৰা হোৱা নাই ।