মেগাস্টাৰ অমিতাভ বচ্চন, দীপিকা পাড়ুকোনৰ লগত অভিনয় কৰিব ‘দ্য ইন্টার্নৰ’ হিন্দি রিমেকত

623

‘দ্য ইন্টার্ন’ৰ হিন্দি ৰিমেকত অভিনয় কৰিব হিন্দি চিনেমাৰ মেগাস্টাৰ অমিতাভ বচ্চন আৰু দীপিকা পাড়ুকোন। ইয়াৰ আগতে সিহঁতে একেলগত অভিনয় কৰিছিলে ‘পিকু’ ছবিত । এইখন ছবিৰ মহিলা চৰিত্রত (‘অ্যানে হাথওয়ে) অভিনয় কৰিব দীপিকা পাড়ুকোন কিন্তু পুৰুষ চরিত্র ‘রবার্ট ডি নিৰৰ’ বাৱে নির্মাতা সকলৰ প্রথম পছন্দ হৈছিল কিংবদন্তি অভিনেতা ঋষি কাপুৰক কিন্তু তেঁওৰ আকস্মিক মৃত্যুৰ বাৱে এই চরিত্রখন দিয়া হয় অমিতাভ বচ্চনক।

‘ইন্টার্ন’ প্ৰকৃততে ২০১৫ চনৰ মুক্তিপ্রাপ্ত চলচ্চিত্র যিটো লিখিছিলে আৰু প্ৰযোজনা কৰিছিলে নেন্সি মেয়াৰ্ছ। এই ছবিখনে দেখুৱাইছিল যে হ্যাথওয়ে এটা অনলাইন ফেশ্বন ৱেবছাইটৰ ৱৰ্কহলিক চিইঅ’ যিজনে বন্ধুত্ব কৰিছে কোম্পানীৰ নতুন ইণ্টাৰ্ন ৭০ বছৰ বয়সৰ এজন বৃদ্ধ ব্যক্তিৰ লগত। ভাৰতীয় ৰিমেকটোৰ শুটিং শুরু হবে ২০২১ চনৰ নভেম্বৰত আৰু মুক্তি পাব ২০২২ ৰ গ্রীষ্মত। এই ছবিখন পৰিচালনা কৰিব অমিত ৰবীন্দ্রনাথ শর্মা আৰু প্ৰযোজনা কৰিব সুনির খিটাৰপাল আৰু দীপিকা পাড়ুকোন।