পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে সক্ৰিয়ভাৱে ভাৰতীয় আকাশমাৰ্গ পাকিস্তানী বিমান সংস্থাৰ বাবে বন্ধ কৰাৰ কথা চিন্তা কৰিছে। ভাৰতীয় বন্দৰত পাকিস্তানী জাহাজ নিষিদ্ধ কৰাৰ কথাও বিবেচনাধীন হৈ আছে। নতুন দিল্লীয়ে ইছলামবাদৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।
